গুণমালা (Gunamala)

গুণমালা (Gunamala)
Author :
Publisher : ASCOSYS
Total Pages : 48
Release :
ISBN-10 :
ISBN-13 :
Rating : 4/5 ( Downloads)

Book Synopsis গুণমালা (Gunamala) by : শ্ৰীমন্ত শংকৰদেৱ (Srimanta Shankardeb)

Download or read book গুণমালা (Gunamala) written by শ্ৰীমন্ত শংকৰদেৱ (Srimanta Shankardeb) and published by ASCOSYS. This book was released on with total page 48 pages. Available in PDF, EPUB and Kindle. Book excerpt: গুণমালা পুথি মহাপুৰুষ শংকৰদেৱৰ এক অনন্য সৃষ্টি। মহাভাগৱতৰ সাৰমৰ্ম মাত্ৰ ৬ টি অধ্যায়ত সামৰি ৰচনা কৰা গুণমালা পুথিখন গুৰুজনাৰ এক অপূৰ্ব সৃষ্টি হিচাপে গণ্য কৰা হয়। কোঁচৰজা নৰনাৰায়ণৰ ৰাজসভাত মহাপুৰুষজনাৰ ভাগৱত কথা শুনি থাকোঁতে বিচাৰ কথাত বিদ্যামান ব্ৰাহ্মণ পণ্ডিতক মহাভাগৱতৰ শাস্ত্ৰভাগ একেদিনাই পঢ়িব পৰাকৈ লিখি দিবলৈ দিয়া নিৰ্দেশনা ব্ৰাহ্মণ পণ্ডিতসকলে একেমুখে অসম্ভৱ বুলি কোৱাৰ বিপৰীতে শঙ্কৰদেৱ গুৰুজনাই ১ ইঞ্চি x ২ ইঞ্চি সাঁচি পাতত কুষম মালা স্তম্বত কৃষ্ণস্তৱ বা ব্ৰহ্মস্ততি অথবা গুণমালা পুথিখন একে ৰাতিৰ ভিতৰতে ৰচনা কৰি ৰজাক প্ৰদান কৰিছিল। ভাগৱৎ প্ৰেমময় গ্ৰন্থ গুণমালা পুথিখন ভক্তিৰ মাধ্যমৰে এখন তত্ত্বমূলক গ্ৰন্থ। এই পুথিখন কলেৱৰত সৰু হ’লেও শ্ৰীকৃষ্ণৰ মাহাত্ম্য লীলা বিষয়ক কথা চমুকৈ কিন্তু বৈশিষ্ট্য পূৰ্ণ ভাৱে ব্যক্ত হোৱা বাবে পুথিখন সাহিত্যৰ এক মূল্যবান গ্ৰন্থ হিচাপে মান্যতা প্ৰদান কৰা হয়। ইয়াত নাৰায়নৰ পূৰ্ণৰূপ অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহত্বময় গুণ বৰ্ণোৱা হৈছে।


গুণমালা (Gunamala) Related Books

গুণমালা (Gunamala)
Language: en
Pages: 48
Authors: শ্ৰীমন্ত শংকৰদেৱ (Srimanta Shankardeb)
Categories: Philosophy
Type: BOOK - Published: - Publisher: ASCOSYS

DOWNLOAD EBOOK

গুণমালা পুথি মহাপুৰুষ শংকৰদেৱৰ এক অনন্য সৃষ্টি। মহাভাগৱতৰ �
Sankaradeva, His Life, Preachings, and Practices
Language: en
Pages: 632
Authors: Jyoti Prasad Rajkhowa
Categories: Vaishnavism
Type: BOOK - Published: 2003 - Publisher:

DOWNLOAD EBOOK

Sankaradeva, 1449-1569, Assamese Vaishnavite religious leader.
A Gazetteer of the Central Province of Ceylon (excluding Walapane)
Language: en
Pages: 528
Authors: Archibald Campbell Lawrie
Categories: History
Type: BOOK - Published: 1896 - Publisher:

DOWNLOAD EBOOK

Prince Jivaka
Language: en
Pages: 31
Authors: GAYATRI MADAN DUTT
Categories: Comic books, strips, etc
Type: BOOK - Published: 1971-04-01 - Publisher: Amar Chitra Katha Pvt Ltd

DOWNLOAD EBOOK

In the kingdom of Hemangada, a treacherous minister named Kattiyangaran, decides to usurp the throne, and kill the entire royal family. Queen Vijaya escapes the
Challenging Destiny
Language: en
Pages: 351
Authors: Pranjit Agarwala
Categories: Juvenile Nonfiction
Type: BOOK - Published: 2021-02-03 - Publisher: Blue Rose Publishers

DOWNLOAD EBOOK

India is a country where there is unity in diversity. However is this really true? This book narrates a real life story of socio-communal integration which bega